Posts

Showing posts with the label zubeen garg song collection

Saati lyrics by zubeen

Image
   Song : Saati      Singer: Zubeen Garg & Zublee Baruah    Music: Bijoy Shankar    Lyrics & Composition: Rahul Gautam Sharma     Lyrics by Utpal Das      Plz visit my youtube channel:       Utpal das Creation LYRICS  তুমি বাৰিষা তুমি বৰষুণ তুমি ছাতি     খামুচি হাতে             নৈ গৈ গৈ তোমালৈয়ে বয়   নিৰবধি... মোহনা তোমাতে  তুমিয়ে জোন তুমিয়ে সোণ তুমি আপোনৰ আপোন মই আৰু মোৰ মেদিনীৰ মই আৰু মোৰ পৃথিৱীৰ তুমি আ ছা  ৰঙে বিৰঙে মোৰ হেঁপাহৰ আধাৰশিলা হৈ.....  তেজত ঘামত ঘ্ৰাণত বিয়পি বিৰিঙি আছা তুমি ফাগুন জেঠত পুহত   প্ৰতি ঋতু সামৰি আছা তুমি  মৰমৰে জীয়া সাৰ পানী পানী পাই মনে পোখা মেলি  গা গছে লতা পকাই বগাই  মোৰ বলানি হৈ ..... তুমিয়ে জোন তুমিযে সোণ তুমি আপোনৰ আপোন মই   আৰু  মোৰ মেদিনীৰ  মই আৰু মোৰ পৃথিৱীৰ তুমি আ ছা  ৰঙে বিৰঙে মোৰ হেঁপাহৰ আধাৰশিলা হৈ.....    ____ THAN...

Joya Nai ( জয়া নাই জয়া নাই)//Bishnu Prasad Rabha//Zubeen Garg// Lyrics by Utpal Das

Image
            Song : Joya Nai            Music: Bishnu Prasad Rabha           Singer: Zubeen Garg            Lyrics by Utpal Das           Plz visit my youtube channel:       Utpal das Creation জয়া নাই .................... জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই , জয়া নাই  ...  জয়া নাই জয়া নাই ....  জয়া নাই… . জয়সাগৰত বুকুৰ মাজত উঠে চকুলোৰে ঢল , মলয়াই তোলে হিয়াভগা সুৰ , কৰুণ বিননী ৰোল জয়া নাই ...  জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই , জয়া নাই ...  জয়া নাই জয়া নাই ....  জয়া নাই… . তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি ... কলিজাৰ চাকি জালিলে দীপালি বুকুৰ অগনি জালি , পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি , স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকেই দিলে বলি , জয় দেউলৰ শিলত বোলালে সোণৰ গৰিমা বোল , আজিও কুলিয়ে কলচিত বহি তোলে বিননী ৰোল , জয়া নাই ...  জয়া নাই অসমী আইৰ চেন...

3.Pakhi Meli Diye lyrics zubeen garg(পাখি মেলি দিয়ে)//ZG Lyrics// by Utpal Das

Image
Song : Pakhi Meli diye           Singer: Zubeen Garg           Album: Pakhi           Lyrics by Utpal Das           Plz visit my youtube channel:       Utpal das Creation   PAKHI MELI DIYE LYRICS -------------------------------------------- পাখি মেলি দিয়ে…. মোৰ গানে আজি ছাঁয়া হৈ ৰ' বৈ.. ..…. তাৰ আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিৰ নয়ন বুজাব খোজি প্ৰসান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে…. মোৰ গানে আজি   ৰ’দালি সাঁতোৰি যোৱা গানৰ কোমল গান ভাগৰি নাভাগৰা তাৰ ঘামে ধোৱা গা মেঘ-ৰঞ্জনী চুমি যাৱ যেনিৱা ভৈৰৱ পুৱা আৰু ভুপালী সন্ধ্যা নিশাদৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমান সাক্ষী শুনাৱ খুজি পাখি...

2.Bukute Gupute lyrics zubeen Garg(বুকুতে গুপুতে)//ZG lyrics // lyrics by Utpal Das

Image
 Song :  Bukute Gupute            Singer: Zubeen Garg           Album: Pakhi           Lyrics by Utpal Das           Plz visit my youtube channel:       Utpal das Creation   BUKUTE GUPUTE LYRICS ------------------------------------------------ বুকুতে গুপুতে অকলে এৰি থৈ  কতেনো থাকাগৈ তুমি  হিয়াৰে কোনতে অশ্ৰু বাগৰে  এতিয়া নীৰৱ হৈ তুমি  জ্বলি জ্বলি জীৱনক  পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল'লা সাৱটি......  চকু মেলা সাৰ পোৱা মোলৈ চোৱা  আকৌ এবাৰ কথা কোৱা মোৰ হোৱা  চকু মেলা সাৰ পোৱা মোলৈ চোৱা  আকৌ এবাৰ কথা কোৱা মোক লোৱা  ........................................... চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি  চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি  গধূলি গোলাপ মোৰ শুই থকা জননী  নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ  তোমাৰেই পাৰিজাত তোমাকে সামৰি  তোমাৰেই পাৰিজাত তোমাকে সামৰি  বুকুতে গুপুতে অকলে এৰি থৈ...