Saati lyrics by zubeen

   Song :Saati 

   Singer: Zubeen Garg & Zublee Baruah

   Music: Bijoy Shankar

   Lyrics & Composition: Rahul Gautam Sharma 

   Lyrics by Utpal Das

     Plz visit my youtube channel:      Utpal das Creation




LYRICS


 তুমি বাৰিষা তুমি বৰষুণ তুমি ছাতি

  খামুচি হাতে      

    নৈ গৈ গৈ তোমালৈয়ে বয় 

নিৰবধি...

মোহনা তোমাতে 

তুমিয়ে জোন তুমিয়ে সোণ

তুমি আপোনৰ আপোন



মই আৰু মোৰ মেদিনীৰ

মই আৰু মোৰ পৃথিৱীৰ

তুমি আছা ৰঙে বিৰঙে মোৰ

হেঁপাহৰ আধাৰশিলা হৈ..... 




তেজত ঘামত ঘ্ৰাণত

বিয়পি বিৰিঙি আছা তুমি



ফাগুন জেঠত পুহত 

প্ৰতি ঋতু সামৰি আছা তুমি 

মৰমৰে জীয়া সাৰ পানী

পানী পাই মনে পোখা মেলি 

গা গছে লতা পকাই বগাই 

মোৰ বলানি হৈ .....



তুমিয়ে জোন তুমিযে সোণ

তুমি আপোনৰ আপোন


মই  আৰু মোৰ মেদিনীৰ 

মই আৰু মোৰ পৃথিৱীৰ

তুমি আছা ৰঙে বিৰঙে মোৰ

হেঁপাহৰ আধাৰশিলা হৈ..... 





  ____ THANK YOU  _____



                 

Comments

Popular posts from this blog

2.Bukute Gupute lyrics zubeen Garg(বুকুতে গুপুতে)//ZG lyrics // lyrics by Utpal Das

Joya Nai ( জয়া নাই জয়া নাই)//Bishnu Prasad Rabha//Zubeen Garg// Lyrics by Utpal Das

3.Pakhi Meli Diye lyrics zubeen garg(পাখি মেলি দিয়ে)//ZG Lyrics// by Utpal Das