Song : Pakhi Meli diye
Singer: Zubeen Garg
Album: Pakhi
Lyrics by Utpal Das
Plz visit my youtube channel: Utpal das Creation
PAKHI MELI DIYE LYRICS
--------------------------------------------
পাখি মেলি দিয়ে…. মোৰ
গানে আজি
ছাঁয়া হৈ ৰ' বৈ.. ..…. তাৰ
আহে নামি
হালধীয়া ৰং কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নিবিৰ নয়ন বুজাব খোজি
প্ৰসান্ত সাগৰ সমান মৰম বিচাৰি
পাখি মেলি দিয়ে…. মোৰ
গানে আজি
ৰ’দালি সাঁতোৰি যোৱা
গানৰ কোমল গান
ভাগৰি নাভাগৰা তাৰ
ঘামে ধোৱা গা
মেঘ-ৰঞ্জনী চুমি যাৱ যেনিৱা
ভৈৰৱ পুৱা আৰু ভুপালী সন্ধ্যা
নিশাদৰে ধাৰ কিনো
গান্ধাৰ পাৰ কিনো
আনন্দ প্ৰমান সাক্ষী শুনাৱ খুজি
পাখি মেলি দিয়ে…. মোৰ
গানে আজি…
দুচকুৰে হিম মাথোঁ গানৰে প্ৰকাশ
তিৰ্ বিৰ্ হাঁহি দৰা গানতে বিকাশ
অলেখ অযুত ৰামধেনু গানতে আবাস
সৰা পাতো কলিটিও গানৰে প্ৰবাস
তালে তালে ৰয় কিনো
সুৰে সুৰে বয় কিনো
চন্দ্ৰ প্ৰৱাল মণি গুঠিৱ খুজি
পাখি মেলি দিয়ে…. মোৰ
গানে আজি…
ছায়া হৈ ৰ'বৈ …. তাৰ
আহে নামি…
হালধীয়া ৰং কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নিবিড় নয়ন বুজাব খোজি
প্ৰসান্ত সাগৰ সমান মৰম বিচাৰি
পাখি মেলি দিয়ে…. মোৰ
গানে আজি…
<<<<<THANK YOU>>>>>
Comments
Post a Comment