Saati lyrics by zubeen
Song : Saati Singer: Zubeen Garg & Zublee Baruah Music: Bijoy Shankar Lyrics & Composition: Rahul Gautam Sharma Lyrics by Utpal Das Plz visit my youtube channel: Utpal das Creation LYRICS তুমি বাৰিষা তুমি বৰষুণ তুমি ছাতি খামুচি হাতে নৈ গৈ গৈ তোমালৈয়ে বয় নিৰবধি... মোহনা তোমাতে তুমিয়ে জোন তুমিয়ে সোণ তুমি আপোনৰ আপোন মই আৰু মোৰ মেদিনীৰ মই আৰু মোৰ পৃথিৱীৰ তুমি আ ছা ৰঙে বিৰঙে মোৰ হেঁপাহৰ আধাৰশিলা হৈ..... তেজত ঘামত ঘ্ৰাণত বিয়পি বিৰিঙি আছা তুমি ফাগুন জেঠত পুহত প্ৰতি ঋতু সামৰি আছা তুমি মৰমৰে জীয়া সাৰ পানী পানী পাই মনে পোখা মেলি গা গছে লতা পকাই বগাই মোৰ বলানি হৈ ..... তুমিয়ে জোন তুমিযে সোণ তুমি আপোনৰ আপোন মই আৰু মোৰ মেদিনীৰ মই আৰু মোৰ পৃথিৱীৰ তুমি আ ছা ৰঙে বিৰঙে মোৰ হেঁপাহৰ আধাৰশিলা হৈ..... ____ THAN...