2.Bukute Gupute lyrics zubeen Garg(বুকুতে গুপুতে)//ZG lyrics // lyrics by Utpal Das
Song : Bukute Gupute
Singer: Zubeen Garg
Album: Pakhi
Lyrics by Utpal Das
Plz visit my youtube channel: Utpal das Creation
BUKUTE GUPUTE LYRICS
------------------------------------------------
বুকুতে গুপুতে অকলে এৰি থৈকতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
জ্বলি জ্বলি জীৱনক
পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল'লা সাৱটি......
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোক লোৱা
...........................................
চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি
চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি
গধূলি গোলাপ মোৰ শুই থকা জননী
নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ
তোমাৰেই পাৰিজাত তোমাকে সামৰি
তোমাৰেই পাৰিজাত তোমাকে সামৰি
বুকুতে গুপুতে অকলে এৰি থৈ
কতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
............................................
আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নেচালা মোলে নিদিলা সঁহাৰি
নেচালা মোলে নিদিলা সঁহাৰি
বুকুতে গুপুতে অকলে এৰি থৈ
কতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
উঠা জাগা সাৰ পোৱা
আকৌ এবাৰ মাত দিয়া মোক চোৱা
চকু মেলা হাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
<<<<<THANK YOU >>>>>
other song lyrics:
Pakhitei pakhi logai:>
https://utpaldascreation1.blogspot.com/2021/04/pakhitei-pakhi-logai-lyrics-zubeen.html
Comments
Post a Comment