1. Pakhitei Pakhi Logai Lyrics//পাখিতেই পাখি লগাই//Zubeen Garg//Utpal Das Creation
Song : Pakhitei Pakhi Logai
Singer: Zubeen Garg
Album: Jonaki Mon
Lyrics by Utpal Das
Plz visit my youtube channel: Utpal das Creation
LYRICS
___________________________________________________________________________
পাখিতেই পাখি লগাই উৰিবলে মন}2xদুৰু দুৰু কপিবনে তোমাৰ হিয়াখনএথৰ দুথৰ মোৰ হেপাহৰ মুঠি এমুঠি তোমাৰ আদৰৰতাতেই নাচি ৰ’ব দুই জোনাকি মন
কোন অমানিশা কোনোবা এন্ধাৰে}2xআগচিব খুজিলে মোক অজানিতে
তাতেই বাকি দিয়া এফেৰি মৰমতোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহিইটো সিটো কৈ বহুটো আশাতোমাৰ সহাৰিতে জিৰাব খোজা
পাখিতেই পাখি লগাই উৰিবলে মন
........................................
নেলাগে নেলাগে বেলেগে মৰমদেই পুৰি নিয়া মোৰো সীমনা}2xৰৈ আছো জানানে তোমাৰে ভৰষাতনোৱাৰো এখোজো দিবলেআহোতে আহা সপোন এটি হৈযাও বুলি গ’লে বুকু ভাঙে ঐঅকলসৰে মই অকলে
পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
...........................................
..........THANK YOU .......

Comments
Post a Comment