Joya Nai ( জয়া নাই জয়া নাই)//Bishnu Prasad Rabha//Zubeen Garg// Lyrics by Utpal Das
Song : Joya Nai Music: Bishnu Prasad Rabha Singer: Zubeen Garg Lyrics by Utpal Das Plz visit my youtube channel: Utpal das Creation জয়া নাই .................... জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই , জয়া নাই ... জয়া নাই জয়া নাই .... জয়া নাই… . জয়সাগৰত বুকুৰ মাজত উঠে চকুলোৰে ঢল , মলয়াই তোলে হিয়াভগা সুৰ , কৰুণ বিননী ৰোল জয়া নাই ... জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই , জয়া নাই ... জয়া নাই জয়া নাই .... জয়া নাই… . তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি ... কলিজাৰ চাকি জালিলে দীপালি বুকুৰ অগনি জালি , পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি , স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকেই দিলে বলি , জয় দেউলৰ শিলত বোলালে সোণৰ গৰিমা বোল , আজিও কুলিয়ে কলচিত বহি তোলে বিননী ৰোল , জয়া নাই ... জয়া নাই অসমী আইৰ চেন...